Show/Hide Keyboard Layout

হায়ৰে প্ৰাণেৰ বাছা মোৰ

- ভূপেন হাজৰিকা

হায়ৰে প্ৰাণেৰ বাছা মোৰ

তুই কোলে নাই,

যনে দেখি তনে অন্ধকাৰ ।

 

আপন শিশু বুকে নাই

আমাৰ মনে সুখ নাই

পৰাণটো মোৰ কৰে হাঁহাকাৰ ।

Hits: 2202